আজি বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন । এই উপলক্ষে মছজিদ এ-ইমাম অহমদ ৰজা মৰাণ শান্তিপুৰ সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মৰাণ নগৰৰ মাজেৰে 37 নংৰাষ্ট্ৰীয় ঘাই পথত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । সাতামপুৰুষীয়া সম্প্ৰীতি অটুট ৰখাৰ কামনাৰে উলিওৱা এই ধৰ্মীয় শোভাযাত্ৰাত প্ৰায় পাঁচ শতাধিক ৰাইজে অংশগ্ৰহন কৰে । শিৱসাগৰৰ এটি জিকিৰৰ দলেও অংশগ্ৰহন কৰে এই ধৰ্মীয় শোভাযাত্ৰাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चक्क! पावसामुळे कलाकारांना करावा लागला ट्रॅक्टर मधून प्रवास
चक्क! पावसामुळे कलाकारांना करावा लागला ट्रॅक्टर मधून प्रवास
રાધનપુર વિસ્તારમાં પીવાના પાણીની પારાયણ | SatyaNirbhay News Channel
રાધનપુર વિસ્તારમાં પીવાના પાણીની પારાયણ | SatyaNirbhay News Channel
Tata ने Harrier और Safari को किया अपडेट, नए ADAS फीचर्स के साथ मिले कलर ऑप्शन
टाटा ने अपनी हैरियर और सफारी को नए कलर ऑप्शन और ADAS किट को अपडेट किया है। इसके चुनिंदा वेरिएंट...