দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত বুড়িগাঁৱত গাঞ্জাসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ দলগাঁও আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি এক অভিযান চলাই বুড়ীগাঁৱৰ পৰা ৬ কেজি গাঞ্জা জব্দ কৰাৰ লগতে As-01AY-7464 এখন বাইকৰ সৈতে এজন লোক আটক কৰে আৰক্ষীয়ে। আটকাধীন গাঞ্জা ব্যৱসায়ীজন পানীবাৰিৰ গলন্দী হাৱি গাঁৱৰ নজমুল হক বুলি জানিব পৰা গৈছে। দলগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हातकलंगले तालुक्यातील पाराशर हायस्कूल पाराशरच्या छोट्या प्रसाद ची मोठी कामगिरी
हातकलंगले तालुक्यातील पाराशर हायस्कूल पाराशरच्या छोट्या प्रसाद ची मोठी कामगिरी
किसान संघर्ष समितीच्या वतीने शेतकऱ्यांच्या विविध मागण्यासाठी पाटोदा तहसिल कार्यालयावर धडकला मोर्चा
किसान संघर्ष समितीच्या वतीने शेतकऱ्यांच्या विविध मागण्यासाठी पाटोदा तहसिल कार्यालयावर धडकला मोर्चा
মঙ্গলদৈত ব্ৰহ্মপুত্ৰ সুঁতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মঙ্গলদৈত ব্ৰহ্মপুত্ৰ সুতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ
ડીસા તાલુકાના જેનાલ ગામે ગણપતિ બાપ્પા ની મૂર્તિ નુ વિસર્જન કરવામાં આવ્યું
ડીસા તાલુકાના જેનાલ ગામે ગણપતિ બાપ્પા ની મૂર્તિ નુ વિસર્જન કરવામાં આવ્યું