🔴শোণিতপুৰ ৰ চাৰিদুৱাৰৰ পৰা এজন লোক সন্ধানহীন
🔴যোৱা ৯ চেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ব্যক্তিজন
🔴অসম অৰুণাচল সীমান্তৱৰ্তী নিঃচি ফুলুগুৰি গাওঁৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন ব্যক্তিজন
🔴ব্যক্তিজনৰ নাম আৰোন ৱাঘি
🔴পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈকে কোনো সন্ধান নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে
🔴কোনো লোকে এই ব্যক্তিজনৰ সম্ভেদ পালে 7085711529 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
#thevoiceofchariduar #Chariduar #NewsUpdate #BigBreaking