ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্টাত ৰখাই থোৱা বাহনত খুন্দা মাৰি AS17C5377 নম্বৰৰবাহনৰ চালকজন গুৰুতৰ ভাৱে আহত হয়। আহত ট্ৰাক চালক জনক ডিমৌ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।জানিব পৰা মতে ৰৈথকা এখন বাহনত খুন্দামাৰি ট্ৰাকখন দূৰ্ঘটনাগ্ৰস্ত হয়। এই দূৰ্ঘটনাত ট্ৰাক খনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। ঘটনা স্থলীত উপস্থিত হৈ আৰক্ষী দলে ট্ৰাকখন থানাত আনি জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Niti Aayog की बैठक से नाराज होकर निकली Mamata Banerjee, अपमान करने का लगाया आरोप | BJP | PM Modi
Niti Aayog की बैठक से नाराज होकर निकली Mamata Banerjee, अपमान करने का लगाया आरोप | BJP | PM Modi
जयशंकर बोले- ट्रम्प की जीत से भारत चिंतित नहीं:मोदी के ओबामा-बाइडेन और डोनाल्ड से व्यक्तिगत संबंध, इससे भारत को मदद मिलती है
विदेश मंत्री एस जयशंकर ने ट्रम्प की जीत के बाद भारत-अमेरिकी रिश्तों को लेकर पहली बार प्रतिक्रिया...
नगर परिसद के सभी 15 वार्डो में जारी है लाडली बहिना योजना का कार्य
अभी तक 1100 लोगो के हुए ऑनलाइन
अजयगढ:-मध्यप्रदेश शासन की महत्वाकांक्षी योजना लाडली बहिना का कार्य नगर परिसद कार्यालय सहित नगर के...
গোলাঘাটৰ ৮৭০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা
ছাত্ৰ-ছাত্ৰীক গুণগত আৰু নৈতিক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ
গোলাঘাট জিলাতো আজি জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ষ্টাৰ...