সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি শিৱসাগৰতো জিলা পৰ্যায়ত আয়ুস্মান ভৱ অভিযানৰ উদ্বোধনী অনুষ্ঠান শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সভাগৃহত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলা অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাৰ শুভ আৰম্ভণিৰে অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ জিলাখনৰ ১০৪ টা স্বাস্থ্য প্ৰতিষ্ঠানত সূচাৰুৰূপে সম্পন্ন হৈ যায় ৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে গান্ধীনগৰৰ ৰাজভৱনৰ পৰা সমগ্ৰ ভাৰততে ভাৰ্চুৱেলী এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷ উল্লেখযোগ্য যে, দেশখনৰ প্ৰতিগৰাকী নাগৰিকে যাতে অতি সহজতে স্বাস্থ্যসেৱা লাভ কৰে তাৰেই উদ্দেশ্য হৈছে এই অভিযানৰ মূল লক্ষ্য ৷।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মই অসমলৈ কেতিয়াকে যাম কওঁকঃ কেজৰিৱাল
মই অসমলৈ কেতিয়াকে যাম কওঁকঃ কেজৰিৱাল
অব্যাহত কেজৰিৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ টুইট যুদ্ধ
আলফা (স্বা) প্ৰাক্তন উপ সেনাধ্যক্ষ জীৱন মৰাণৰ দেহাৱসান
আলফা (স্বা) প্ৰাক্তন উপ সেনাধ্যক্ষ জীৱন মৰাণৰ দেহাৱসান | গুৱাহাটীৰ এপল’ হস্পিতালত মৃত্যু...
দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদত বহিল মৰান হিংৰিজান বাগানৰ উপ কৰ্মচাৰী সকল।
ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ উন্নয়নৰ কাৰনে বহু অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষনা কৰিছে যদিও ...
તારાપુર સહિત તાલુકાના 13 ગામોમાં સોજીત્રા વિધાનસભા બેઠકના ઉમેદવાર વિપુલભાઇ પટેલનો જનસંપર્ક
તારાપુર સહિત તાલુકાના 13 ગામોમાં સોજીત્રા વિધાનસભા બેઠકના ઉમેદવાર વિપુલભાઇ પટેલનો જનસંપર્ક
राजस्थान में नई तबादला नीति में अब मंत्री और विधायकों की नहीं चलेगी,क्या खुश होगी इस नीति से भजनलाल की फौज !
नई तबादला नीति को लेकर गुरुवार यानी 16 मई को सचिवालय में मुख्य सचिव सुधांश पंत की अध्यक्षता में...