নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে দেহাৰকুছি বুঠ সমিতি ও মোৰ দেশ মোৰ মাটি কাৰ্য্যসূচীৰে ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে৷উল্লেখ্য যে আজি পূৱা বুঠ সমিতিৰ বিষয়ববীয়া সকলে এটি মাটিৰ কলহত ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰে৷তদুপলক্ষে বুঠ সমিতিৰ সভাপতি সম্পাদক,গাওঁ পঞ্চায়তৰ সদস্যা সমন্বিতে এটি সমদল উলিৱাই৷আজিৰ উক্ত কাৰ্য্যসূচীৰ মণ্ডল সমিতিৰ পৰা মুকুট শৰ্মাই সহযোগ কৰি সকলো দলীয় কাৰ্য্যকৰ্তাকে আদৰণি জনাই৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হোজাইৰ লংকাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
হোজাইত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। দিনে নিশাই হাতীৰ জাকে তাণ্ডৱ চলাই থকাৰ পাছতো নীৰৱ...
વઘુ એક ભેટ: 200 રૂપિયે લિટર મળતું સીંગતેલ રાજ્ય સરકાર માત્ર રૂ.100માં જ આપશે.. તહેવાર પહેલાં ગુજરાત સરકાર મોટી જાહેરાત કરશે
ભારત દેશમાં ગુજરાત રાજ્યમાં ખાદ્યતેલોના ભાવો આસમાને પહોંચી ગયા છે. મોંઘવારીના કારણે સામાન્ય...
গোৰেশ্বৰৰ মাগুৰমাৰীত পথৰ শুভ উদ্বোধন বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ
গোৰেশ্বৰৰ মাগুৰমাৰীত পথৰ শুভ উদ্বোধন বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ
કર્ણાટકમાં વરસેલા ધોધમાર વરસાદ વરસ્યો.. જેની સૌથી વધારે અસર બેંગાલુરુમાં થઈ.. પાણી ભરાઈ જવાને કારણે બેંગાલુરુમાં શાળા-કોલેજ બંધ કરી દેવામાં આવ્યા..
કર્ણાટકમાં મેઘરાજા ધનાધન બેટિંગ કરી રહ્યા છે... ત્યારે કાર્ણાટકના પાટનગર બેંગાલુરુને વરસાદની સૌથી...