নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে দেহাৰকুছি বুঠ সমিতি ও মোৰ দেশ মোৰ মাটি কাৰ্য্যসূচীৰে ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে৷উল্লেখ্য যে আজি পূৱা বুঠ সমিতিৰ বিষয়ববীয়া সকলে এটি মাটিৰ কলহত ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰে৷তদুপলক্ষে বুঠ সমিতিৰ সভাপতি সম্পাদক,গাওঁ পঞ্চায়তৰ সদস্যা সমন্বিতে এটি সমদল উলিৱাই৷আজিৰ উক্ত কাৰ্য্যসূচীৰ মণ্ডল সমিতিৰ পৰা মুকুট শৰ্মাই সহযোগ কৰি সকলো দলীয় কাৰ্য্যকৰ্তাকে আদৰণি জনাই৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লাইট কেমেৰা এক্সনৰ উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতা
লাইট কেমেৰা এক্সন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত যোৱা কালি শিৱসাগৰ যুৱদ’ল অনুষ্ঠিত কৰা হয় MEGA...
UPPSC Student Protest: प्रयागराज मामले को लेकर SP का बड़ा प्रदर्शन, आयोग अध्यक्ष का पुतला फूंका
UPPSC Student Protest: प्रयागराज मामले को लेकर SP का बड़ा प्रदर्शन, आयोग अध्यक्ष का पुतला फूंका
Morena News: Rapper के भरोसे स्वास्थ्य सिस्टम, सामने आई बड़ी लापरवाही | Latest News | MP News
Morena News: Rapper के भरोसे स्वास्थ्य सिस्टम, सामने आई बड़ी लापरवाही | Latest News | MP News
સૂરત કામરેજ થી પકડાયેલ આરોપી એ અદાજીત પચાસ કરોડની ડુપ્લીકેટ નોટ પોતાના ગામ વડાળા કાલાવડ થી કાઢી આપી
સૂરત કામરેજ થી પકડાયેલ આરોપી એ અદાજીત પચાસ કરોડની ડુપ્લીકેટ નોટ પોતાના ગામ વડાળા કાલાવડ થી કાઢી આપી