শিৱসাগৰ জিলা ভ্ৰমণলৈ অহা নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ মহাপ্ৰবন্ধকক আজি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত “বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাব”ৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি শিৱসাগৰ ৰে’ল ষ্টেচনত ৰাজধানী আৰু জনশতাব্দী এক্সপ্ৰেছ ৰখোৱাৰ উপৰিও ৰে’ল ষ্টেচনটো উন্নয়নৰ ব্যৱস্থা কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, প্ৰবন্ধকগৰাকীয়ে ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি ক্লাবক আশ্বাস প্ৰদান কৰে ৷ জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত উপ-সভাপতি বিকাশ কুমাৰ, সাধাৰণ সম্পাদক কুমাৰ অভিজিৎ দুৱৰা, অমৃত কুমাৰ শৰ্মা, প্ৰশান্ত বৰগোহাঁই, প্ৰাঞ্জল পূজাৰী, সমুদ্ৰ গগৈ আদি উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुलेरजवळगे येथे भीम नगर मध्ये लाईट लावण्याच्या कारणावरून मारहाण
सुलेरजवळगे येथे भीम नगर मध्ये लाईट लावण्याच्या कारणावरून मारहाण अक्कलकोट...
Central Jail ના કર્મી ઓ ધરણા પર બેઠા
Central Jail ના કર્મી ઓ ધરણા પર બેઠા
#android #hd #tv #box h96 full 1080 to 4k ultra with Dolby sound system #unboxing #new #shopping
#android #hd #tv #box h96 full 1080 to 4k ultra with Dolby sound system #unboxing #new #shopping
સમસ્ત ઠાકોર ,કોળી સમાજ એકતા મિશન ગુજરાત દ્વારા સમસ્ત ઠાકોર અને કોળીસમાજ દ્વારા આવેદનપત્ર અપાયુ
સમસ્ત ઠાકોર અને કોળી સમાજ એકતા મિશન ગુજરાત દ્વારા ભારતના વડાપ્રધાન પૂર્વ રાષ્ટ્રપતિ તેમજ ગુજરાતના...
ગોધરારોડ વિસ્તારના એક નાસ્તા ની લારી પર લાગી આગ
દાહોદ શહેરના ગોધરા રોડ વિસ્તારમાં આવેલ એક નાસ્તાની લારી પર અચાનક લાગી આગ જ્યાં આગ લાગતા લોકોમાં...