শিৱসাগৰ জিলা ভ্ৰমণলৈ অহা নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ মহাপ্ৰবন্ধকক আজি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত “বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাব”ৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি শিৱসাগৰ ৰে’ল ষ্টেচনত ৰাজধানী আৰু জনশতাব্দী এক্সপ্ৰেছ ৰখোৱাৰ উপৰিও ৰে’ল ষ্টেচনটো উন্নয়নৰ ব্যৱস্থা কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, প্ৰবন্ধকগৰাকীয়ে ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি ক্লাবক আশ্বাস প্ৰদান কৰে ৷ জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত উপ-সভাপতি বিকাশ কুমাৰ, সাধাৰণ সম্পাদক কুমাৰ অভিজিৎ দুৱৰা, অমৃত কুমাৰ শৰ্মা, প্ৰশান্ত বৰগোহাঁই, প্ৰাঞ্জল পূজাৰী, সমুদ্ৰ গগৈ আদি উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લુણાવાડા પોલીસે લુણાવાડા બાળકના વાલી વારસ દ્રારા મિલાપ કરાવ્યો
લુણાવાડા બસ સ્ટેશન પાસે રોડ ઉપર આશરે 7 વર્ષની ઉંમરનો રડતી હાલતમાં મળી આવતો તેની પૂછપરછ કરતો તેનું...
PORBANDAR પોરબંદરના વાડી પ્લોટ વિસ્તારમાં રહેતા વૃધ્ધનું મોત 05-11-2022
PORBANDAR પોરબંદરના વાડી પ્લોટ વિસ્તારમાં રહેતા વૃધ્ધનું મોત 05-11-2022
એસયુવી કારનાં ચાલકે માર્ગ પર ચાલતા એક રાહદારી અને સાયકલ સવાર દંપતીને અડફેટે લેતાં વટે માર્ગુ રાહદારીનું ઘટના સ્થળે કમકમાટી ભર્યુ મોત
દેલોલ મુકામે ફરસખાનાના ગોડાઉનમાં દરજી કામ કરતા મૂળ વડોદરાના રહીશ સબૂરસિંહ કેસરીસિંહ ચૌહાણ ઉ. વ....
দুসুঁতিমুখত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোক মৰিয়াই হত্যা
দুসুঁতিমুখত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোক মৰিয়াই মৰিয়াই হত্যা কৰিলে...
দৰঙৰ ধূলা থানাৰ অন্তৰ্গত আটাকাটা, আৰু কেওঁট পাৰা গাঁৱত ৰাতিপুৱাৰে পৰা বনৰীয়া গাহৰিৰ তাণ্ডব।
দৰঙৰ ধূলা থানাৰ অন্তৰ্গত আটাকাটা, আৰু কেওঁট পাৰা গাঁৱত ৰাতিপুৱাৰে পৰা বনৰীয়া গাহৰিৰ তাণ্ডব।