ঢকুৱাখনা মহকুমা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বিগ বাজেটৰ মিচিং চিনেমা-MIRUG ৰ 

প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হয়।

#মিচিং জনগোষ্ঠীৰ বিশিষ্ট লেখক প্ৰবীণ কুমাৰ মিলিৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত চিনেমাখনৰ প্ৰজোযনা কৰিছে মুনিন্দ্ৰ পেগুৱে।

#প্ৰথমবাৰৰ বাবে বিগ বাজেট লৈ অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰা মিচিং চিনেমা-"MIRUG"

ৰাইজে আদৰি ল'ব বুলি আশাবাদী অভিনেতা-

অভিনেত্ৰীসকল।