মৰাণত মাটি-বাৰি সংক্ৰান্তত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰ-পিট । দুই পক্ষৰ আৰক্ষী থানাত এজাহাৰ । অভয়পুৰ বঙালী গাঁৱত ১৮ লোচা মাটিৰ বাবে মিনা খাৰিয়া, মিৰা খাৰিয়া আৰু যোগেছ খাৰিয়াক পাপু ৰায় আৰু অমৃত খাৰিয়াই মাৰ-পিট কৰাৰ অভিযোগ । আনহাতে, পাপু ৰায় আৰু অমৃত খাৰিয়াই তেঁওলোককহে মাৰ-পিট কৰা বুলি অভিযোগ উত্থাপন কৰিছে । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অভিযান চলাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
War : किसी भी वजह से लड़ा गया युद्ध कितना भयावह होता है, ये इसे देखकर समझ आता है (BBC)
War : किसी भी वजह से लड़ा गया युद्ध कितना भयावह होता है, ये इसे देखकर समझ आता है (BBC)
আৰিমাৰী গাঁৱৰ ৰাইজৰ বাঁহেৰে গৰাখহনীয়া ৰোধৰ চেষ্টা
আৰিমাৰী গাঁৱৰ ৰাইজে উপায়হীন হৈ নিজেই বাঁহেৰে গৰাখহনীয়া ৰোধৰ চেষ্টা। গাঁৱৰ প্ৰতি ঘৰৰ পৰা বাঁহ আনি...
अब क्या होने वाला है स्टील सेक्टर में?
अब क्या होने वाला है स्टील सेक्टर में?
CSK vs RR Pitch Report: चेपॉक पर स्पिनर्स का रहता है बोलबाला, हाई स्कोर बनने की भी उम्मीद, जानें पिच रिपोर्ट
नई दिल्ली, स्पोर्ट्स डेस्क। आईपीएल 2023 का 17वां मैच चेन्नई सुपर किंग्स और राजस्थान रॉयल्स...