চৰাইদেউ জিলাৰ ১০৫নং বিধানসভা সমষ্টিৰ ভোটাৰ চেতনা অভিযান কৰ্মশালাত ভাৰতীয় জনতা পাৰ্টিৰ , মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। উক্ত কৰ্মশালাত মন্ত্ৰীজনাৰ লগতে মাননীয় জিলা সভাপতি লক্ষ্মীনাথ তাছা, উপসভাপতি ৰজ কমল মহন, আৰু মণ্টু কোৱৰ ।সাধাৰণ সম্পাদকদ্বয় অজন্ত বৰুৱা স্বাক্ষৰ গগৈ , প্ৰাক্তন জিলা সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাখাল কুমাৰ , জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ , তিনিটা মণ্ডলৰ সন্মানীয় মণ্ডল সভাপতি সকল, ৰাজ্যিক মহিলা মৰ্চাৰ সদস্যা অলি মহন, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত,উপপৌৰপতি উদয় শংকৰ গগৈকে প্ৰমুখ্য কৰি তিনিটা মণ্ডলৰ বুথ।সভাপতি সকল,বিএলএ২মণ্ডল সুহৰ বিষয়ববীয়া মৰ্চাসমুহৰ বিষয় ববীয়া সকল তথা দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા. નાયબ પોલીસ અધિક્ષક શ્રી દ્વારા સમિતિની બેઠક યોજવામાં આવી
બનાસકાંઠા બેકિંગ
ડીસા જન્માષ્ટમી પર્વ નિમિત્તે દક્ષિણ પોલીસે શાંતી સમિતિની બેઠક યોજાઈ......
ಬೆಂಗಳೂರಿನ ಹೋಪ್ ಫಾರ್ಮ್ ಸರ್ಕಲ್ ಸಮೀಪದ "ಉಂಬಾ" ಹೆಸರಿನ ಪಬ್ ಹಾಗೂ ಕಿಚನ್ ಸೆಂಟರ್ ಅದ್ಧೂರಿಯಾಗಿ ಉದ್ಘಾಟನೆಯಾಯಿತು.
ಬೆಂಗಳೂರಿನ ಹೋಪ್ ಫಾರ್ಮ್ ಸರ್ಕಲ್ ಸಮೀಪದ "ಉಂಬಾ" ಹೆಸರಿನ ಪಬ್ ಹಾಗೂ ಕಿಚನ್ ಸೆಂಟರ್ ಅದ್ಧೂರಿಯಾಗಿ ಉದ್ಘಾಟನೆಯಾಯಿತು.
Lack of Sleep Effects: नींद पूरी न होना बना सकता है आपको कई समस्याओं का शिकार, जानें कैसे
Lack of Sleep Effects हमारे शरीर के लिए खाना पानी जितना ही जरूरी नींद भी है। नींद पूरी न होनेे से...
હાલોલ નગર ખાતે મુસ્લિમ બિરાદરો દ્વારા ઈદે મિલાદના પાવન પર્વને અનુલક્ષીને ભવ્ય જુલુસ યોજાયું.
ઇસ્લામ ધર્મના મહાન સ્થાપક અને મુસ્લિમોના મહાન પેગંબર હજરત મુહમ્મદ મુસ્તુફા સ.અ.વ. ની યાદમાં અને...