১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত আৰু বিধায়কৰ শিক্ষা উন্নয়ণ সমিতিৰ আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সহযোগত নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন শৈক্ষিক অভিবৰ্তন ৷ নিম্ন প্ৰাথমিক , উচ্চ প্ৰাথমিক , মজলীয়া উচ্চ উচ্চতৰ মহাবিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰধানসকলৰ লগতে পৰিচালনা তথা উন্নয়ণ সমিতিৰ সভাপতিসকলক লৈ অনুষ্ঠিত হয় অভিবৰ্তন খন ৷ সমষ্টিটোৰ শিক্ষানুষ্ঠান খনৰ সকলো সমস্যা সমাধান আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে অভিবৰ্তন খনত আলোচনা কৰা হয় ৷ অভিবৰ্তন খনত লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন , বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা , লখিমপুৰ জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতিয়াকে প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি অভিবৰ্তন খন সাফল্যমণ্ডিত কৰি তোলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Shooting In Helsinki: हेलसिंकी के एक स्कूल में हुई गोलीबारी, 3 बच्चे घायल; एक संदिग्ध हिरासत में
Shooting In Helsinki: हेलसिंकी के एक स्कूल में गोलीबारी का मामला सामने आया है। इस घटना में 3...
युवक की पत्थरों से कुचल कर की हत्या, पुलिस ने दी डॉग स्क्वायड टीम को सुचना
कोटा ब्रेकिंग..
युवक की पत्थरों से कुचल कर की हत्या
सुबह अस्पताल के स्टाफ ने दी...
Healthonify Unveils Groundbreaking Health and Wellness Tech mobile App for a Holistic Approach to Well-being
Healthonify Unveils Groundbreaking Health and Wellness Tech mobile App for a Holistic Approach to...
नाभि में कौनसा तेल लगाने से बढ़ेगी सुंदरता | Nabhi Purana For Beautiful Skin
नाभि में कौनसा तेल लगाने से बढ़ेगी सुंदरता | Nabhi Purana For Beautiful Skin
Latur:- कुमठा येथे अज्ञाताने शेतकऱ्यांची सोयाबीनची बनिम पेटवली, तीन लाखांचे नुकसान
Latur:- कुमठा येथे अज्ञाताने शेतकऱ्यांची सोयाबीनची बनिम पेटवली, तीन लाखांचे नुकसान