উৎফুল্লিত ধেনুখনা বাসী।

৩০ আগষ্ট ২০২৩ তাৰিখ বুধবাৰে অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১-২২বৰ্ষৰ ৩,৩৫,৬২৫ টকাৰে হাৰ্হি জিলা পৰিষদ সমষ্টিৰ উন্নয়ন পূঁজিৰ দ্বাৰা নিৰ্মিত ধেনুখনা-শ্ৰী শ্ৰী ভাগৱতী নামঘৰৰ পৱিত্ৰ মনিকুট ভাৱি আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে হাৰ্হি জিলা পৰিষদ সদস্যা টিটুমণি গোঁহাই চেতিয়া । গাম্ভীৰ্যপূৰ্ণ শুভ অনুষ্ঠানটিত গাঁওবাসী উপস্থিত থকাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। দীৰ্ঘদিনীয়া এক সমস্যা সমাধান হ'ল বুলি ৰাইজে মন্তব্য কৰা লগতে সদস্যা গৰাকীক ধন্যবাদ জনাই।।