ৰহা নতুন চাৰিআলি নিবাসী অশোক কুমাৰ আৰু সোনালী হাজৰিকাৰ পুত্ৰ তথা চাপৰমুখ চেন্ট বেচিল্চ একাডেমীৰ ছাত্ৰ ৰিয়ান হাজৰিকাই গুৱাহাটী CHAPAIDANG স্পিড স্কেটিং এছোচিয়চন ৰ দ্বাৰা অনুষ্ঠিত স্বাধীনতা দিৱস স্পিড স্কেটিং চেম্পিয়নশ্বিপ ত সোনৰ পদক অৰ্জন কৰি ৰহালৈ গৌৰৱ কঢিয়াই আনিছে।

        ইয়াৰ পূৰ্বেও কনমানি ৰিয়ানে মেঘালয়,গুবাহাটি ত স্পিড স্কেটিংত অংশ লৈ সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।