🔸পাণবজাৰৰ প্ৰাগ কণ্টিনেনটেলত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠক ।
🔸এবছো,আছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ যুটীয়া বৈঠক ।
🔸এই বৈঠকত অসমীয়া মাধ্যমৰ বিদ্যালয়,মাতৃভাষা, বড়ো ভাষাৰ লগতে অন্যান্য জনগোষ্ঠীয় ভাষাৰ ওপৰত আলোচনা ।
🔸ইতিমধ্যে চাৰিওটা জাতীয় সংগঠনৰ প্ৰতিনিধি কেইবাঘণ্টাযোৰা মিলিত হৈছে বৈঠকত ।
🔸কেবিনতে লোৱা সিদ্ধান্তৰ বিৰোধীতাৰে এই বৈঠক ।
কাইলৈৰ পৰা বড়ো সাহিত্য সভাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে জিলাই জিলাই ৰাইজক সজাগ কৰিব ।