নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি গাৱঁৰ কলবাৰী চুবুৰিৰ হিৰন্য শৰ্মাৰ ৰচিত কবিতা পুথি ’চকুলো’ আজি আবেলি কবি গৰাকীৰ গৃহত গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত উন্মোচন কৰে৷ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি অৱসৰি শিক্ষক ৰামপ্ৰষাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত কবিতা পুথিখন উন্মোচন কৰে পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰাতুল চন্দ্ৰ শৰ্মাই৷আনহাতে উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট কবি তথা প্ৰাক্তন ছাত্ৰনেতা ভূপেন তালুকদাৰ৷অৱসৰি শিক্ষক ধীৰেন শৰ্মাই আতধৰা সভাখনত অৱসৰি সংস্কৃত অধ্যাপক কেশৱ চন্দ্ৰ শৰ্মা,অৱসৰপ্ৰাপ্ত শিক্ষক দীনেশ চন্দ্ৰ শৰ্মা,পুলিন শৰ্মা,অসম চৰকাৰৰ অৱসৰি কৰ্মচাৰী অম্বুনাথ শৰ্মা,সুনীল শৰ্মা,সমাজকৰ্মী ভবেন শৰ্মা আদিকৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷সভাৰ পূৰ্বে কবি হিৰন্য শৰ্মাৰ প্ৰয়াত পিতৃ অন্নদা প্ৰষাদ শৰ্মা আৰু ভাতৃ অনিল শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত টাই আহোম যুৱ পৰিষদ, অসমৰ উদ্যোগত ছ্যুকাফা দিৱস উদযাপন
মৰাণত টাই আহোম যুৱ পৰিষদ, অসমৰ উদ্যোগত ছ্যুকাফা দিৱস উদযাপন
राजकीय महाविद्यालय बूंदी में चित्रकला विषय की प्रायोगिक परीक्षाएं 24 जून से
राजकीय महाविद्यालय बूंदी में चित्रकला विषय की प्रायोगिक परीक्षाएं 24 जून से
बूंदी। राजकीय...
16 वर्षिय युवक गायब दादा का रो-रोकर बुरा हाल
जनपद वाराणसी के थाना चौबेपुर के अंतर्गत ग्राम शिवदसा में,16वर्षिय युवक गायब दादा का रो रो कर बुरा...
CBI raids TMC MLA Jiban Krishna Saha, 6 other locations in Bengal job scam case
The Central Bureau of Investigation (CBI) on Friday conducted marathon raids at six locations in...
शहरातील नांदेड-बिदर रोडवरील अतिक्रमण धारकांचे कबाले रद्द करण्यासाठी करण्यात आले एकदिवशिय धरणे आंदोलन
शहरातील नांदेड-बिदर रोडवरील अतिक्रमण धारकांचे कबाले रद्द करण्यासाठी करण्यात आले एकदिवशिय धरणे आंदोलन