নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি গাৱঁৰ কলবাৰী চুবুৰিৰ হিৰন্য শৰ্মাৰ ৰচিত কবিতা পুথি ’চকুলো’ আজি আবেলি কবি গৰাকীৰ গৃহত গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত উন্মোচন কৰে৷ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি অৱসৰি শিক্ষক ৰামপ্ৰষাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত কবিতা পুথিখন উন্মোচন কৰে পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰাতুল চন্দ্ৰ শৰ্মাই৷আনহাতে উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট কবি তথা প্ৰাক্তন ছাত্ৰনেতা ভূপেন তালুকদাৰ৷অৱসৰি শিক্ষক ধীৰেন শৰ্মাই আতধৰা সভাখনত অৱসৰি সংস্কৃত অধ্যাপক কেশৱ চন্দ্ৰ শৰ্মা,অৱসৰপ্ৰাপ্ত শিক্ষক দীনেশ চন্দ্ৰ শৰ্মা,পুলিন শৰ্মা,অসম চৰকাৰৰ অৱসৰি কৰ্মচাৰী অম্বুনাথ শৰ্মা,সুনীল শৰ্মা,সমাজকৰ্মী ভবেন শৰ্মা আদিকৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷সভাৰ পূৰ্বে কবি হিৰন্য শৰ্মাৰ প্ৰয়াত পিতৃ অন্নদা প্ৰষাদ শৰ্মা আৰু ভাতৃ অনিল শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા : દિવ્યાંગ ફ્રેન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા દિવ્યાંગો ના રાસ ગરબાનો કાર્યક્રમ યોજાયો, જુઓ Video
મહેસાણા : દિવ્યાંગ ફ્રેન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા દિવ્યાંગો ના રાસ ગરબાનો કાર્યક્રમ યોજાયો, જુઓ...
કાંકરેજ તાલુકા વિધાનસભા બેઠક ના ઉમેદવાર કિર્તીસિંહ વાધેલા દ્વારા પ્રેસ કોન્ફરન્સ કરવામાં આવી.
કાંકરેજ તાલુકા વિધાનસભા બેઠક ના ઉમેદવાર કિર્તીસિંહ વાધેલા દ્વારા પ્રેસ કોન્ફરન્સ કરવામાં આવી.
સુપ્રસિદ્ધ કલાકાર " મન " નું સન્માન કરવામાં આવશે.
સુપ્રસિદ્ધ કલાકાર " મન " નું સન્માન કરવામાં આવશે.
વડિયા શહેર અને ગ્રામ્ય વિસ્તારમાં જામ્યો વરસાદી માહોલ
વડિયા શહેર અને ગ્રામ્ય વિસ્તારમાં જામ્યો વરસાદી માહોલ
रस्त्यात ट्रक लावल्याने पप्पाच्या लाडक्या परीच काय झाल बघा...
रस्त्यात ट्रक लावल्याने पप्पाच्या लाडक्या परीच काय झाल बघा...