কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত পূৱ বাৰাংহাটীৰ এটি পথৰ বোকাময় অৱস্থাই ৰাইজক যন্ত্ৰণা ভোগাই আছে৷এইসম্পৰ্কে স্থানীয় পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰিছে চুবুৰিটোৰ ৰাইজে৷আনকি এইসকল পঞ্চায়ত প্ৰতিনিধিৰ জৰিয়তে স্থানীয় বিধায়িকাকো অৱগত কৰিছে৷পথটোৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয়৷উক্ত বিদ্যালয়ৰ কনকন ছাত্ৰছাত্ৰী সকলে হাতত চেন্দেললৈ স্কুললৈ যাৱ লাগে৷অৱশেষত ভুক্তভোগী একাংশ মহিলাই বোকাময় পথত ভূই ৰুই প্ৰতিবাদ কৰে৷তেওঁলোকে কয় যে আমি জনপ্ৰতিনিধিক অনুৰোধ কৰাৰ পিচতো কোনো ব্যৱস্থা লোৱা নাই৷সেয়েহে জনপ্ৰতিনিধি তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে আমি উক্ত কাৰ্য্যসূচী লৱলৈ বাধ্য হৈছো৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नगरसेविकेच्या पुत्राची लाथाबुक्क्यांनी मारहाण
सोसायटीच्या बैठकीत वीज बिल जास्त का आले, याची विचारणा केल्याने झालेल्या वादात माजी नगरसेविकेचा...
নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন৷নাজিৰা সমজিলা আয়ুক্ত কণিকাই উত্তোলন কৰে পতাকা৷
সমগ্ৰ দেশৰ লগতে নাজিৰাতো ৭৬ তম গণৰাজ্য দিৱস উৎযাপন।
বিগত বছৰৰ দৰে এইবাৰো নাজিৰা...
સાબર ડેરી ચીઝ પ્લાન્ટ થકી સાબરકાંઠાના પશુપાલકોને વાર્ષિક રૂ. ૭૦૦ કરોડની વધારાની આવક થશે
ભારતના ચીઝ માર્કેટમાં ૭૦ ટકા માર્કેટ શેર સાથે ગુજરાત પ્રથમ ક્રમાંકે
વડાપ્રધાન શ્રી નરેન્દ્ર...
Rajnath Singh hails India-Maldives ties after gifting 2 defence platforms to Male
Defence Minister Rajnath Singh handed over two ‘Made in India’ defence platforms and...