অৱশেষত মুখ খুলিছে নিকলছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 

আমাৰ তত্বাৱধানতাত থকাৰ সময়ছোৱাত ছাত্ৰীগৰাকীৰ নাছিল কোনো ধৰণৰ অসুস্থতাৰ সংকেত 

শোকসভাত মাত্ৰ ১৫ মিনিট সময় থিয় হৈ আছিল 

৪ আগষ্টৰ দিনা পুৱা ৮.৫৭ বজাত বাহিৰলৈ অনা হৈছিল পুনৰ ক্লাছ ৰূমলৈ নিয়াৰ সমষ আছিল পুৱা ৯.১৫ মিনিট

ছাত্ৰীগৰাকীৰ পিতৃয়ে বিদ্যালয়ৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰিছে 

ছাত্ৰী গৰাকী নিজৰ ঘৰলৈ উভতি যোৱাৰ বাছৰ CCTV ভিজুৱেল ৰাজহুৱা কৰিলে বিদ্যালয় কতৃপক্ষই 

কণমাণি ছাত্ৰী স্নিগ্ধা শিখা দাসৰ মৃত্যুৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল বিদ্যালয়খন 

বিদ্যালয়ৰ কতৃপক্ষৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল 

ছাত্ৰীগৰাকীৰ পিতৃ সহদেৱ দাসে