দেওবাৰে সন্ধিয়া চাহ বাগিচা এলেকাত আছাৰ সভাপতি প্ৰদীপ নাগৰ প্ৰৱেশ নিষিদ্ধ ঘোষনা । আছা আৰু আটছাৰ মাজত সংঘাত সৃষ্টি কৰি মনিপুৰৰ দৰে পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে প্ৰদিপ নাগে । চৰকাৰৰ এজেন্ট হিচাপে প্ৰদীপ নাগে কাম কৰিছে ।

প্ৰদীপ নাগে চাহ জনগোষ্ঠীক লৈ বিৰূপ মন্তব্য দিয়াৰ অভিযোগ । বিশেষকৈ পদ্মশ্ৰী দুলাল মানকিক লৈ তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে ।

সংবাদমেলত আটছা উপ সভাপতি দিগন্ত চাহু তাছা, শিৱসাগৰ জিলা সভাপতি ৰাজ কিশোৰ ভূমিজ, চৰাইদেউ জিলা সহঃ সম্পাদক বিপুল চাহুৰ লগতে মৰাণ, ডিমৌ আৰু মাহমৰাৰ আটছা বিষয় ববীয়া সকল উপস্থিত থাকে