বামুনবাৰী অঞ্চলৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এগৰাকী যুৱতী আৰু এগৰাকী বোৱাৰী । পূৰ্নিমা ৰয় আৰু খৃষ্টমনি বাৰলা নামৰ মহিলা দুগৰাকীয়ে বহিঃ ৰাজ্যত বিক্ৰি কৰাৰ সন্দেহ ভূক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজৰ ।

যোৱা ১ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে কেঁকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং দিঘলীয়া গাঁৱৰ ৰমেশ প্ৰজাৰ পত্নী পূজা প্ৰজা (২২) । এটি ৬ মহীয়া কেঁচুৱাও এৰি থৈ গৈছে মহিলাগৰাকীয়ে । 

একেদৰে আন এগৰাকী যুৱতী প্ৰায় ৬ মাহ ধৰি সন্ধানহীন হৈ আছে । সেয়ে শনিবাৰে সন্ধিয়া ছয় মান বজাত বামুনবাৰীৰ নাৰী সৰবৰাহকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ আজি দিহাজানত দাবী জনালে আছাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেৱেন ওৰাঙে।