মৰাণৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ আছুৰ । মৰাণ নগৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিখণ্ডত পাৰ্কিঙৰ নামত ধন সংগ্ৰহ বন্ধ ৰখা, মৰাণ ৰাজিক চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক নিযুক্তিৰে জৰুৰীকালীন সেৱা অব্যাহত ৰখা, ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিখণ্ডত অবৈধভাৱে গঢ়ি উঠা- যান-বাহনৰ আস্থান আৰু দোকান-পোহাৰ সমূহ সুনিৰ্দিষ্ট স্থানলৈ নিয়াৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ । 

আছুৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহন কৰিছে বিভিন্ন দল-সংগঠন আৰু সচেতন নাগৰিকে ।