কিমান নিদাৰুণ হব পাৰে একাংশ পুত্ৰ বোৱাৰী৷সম্প্ৰতি সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা এটি হৃদয় বিদাৰক দৃশ্য৷সকলো হৃদয়বান লোকৰে অন্তৰ সেমেকি উঠিব৷যিগৰাকী মাতৃয়ে দহমাহ দহদিন গৰ্ভত ৰাখি এটি সন্তান জন্ম দিয়ে৷বহুত আশা থাকে সেই সন্তানৰ ওপৰত পিতৃ মাতৃৰ৷কিন্তু বৃদ্ধকালত পিতৃ বা মাতৃৰ প্ৰতি সন্তানে কৰা দুৰ্ব্যৱহাৰে কিমান আঘাট দিৱ পাৰে পিতৃ মাতৃৰ হৃদয়ত৷