নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গোপাল গোসাইঘৰ প্ৰাংগনত অহা ছয় চেপ্তেম্বৰত শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আয়তীৰ নাম প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷পূৱা ১১-০০ বজাৰ পৰা আৰম্ভ হৱলগা উক্ত আয়তীনাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব খোজা দল সমূহক 8638331233,6000242833,আৰু 6002742212 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে জানিব দিয়ে৷প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৬০০১ টকা,দ্বিতীয় পুৰস্কাৰ ৪০০১ টকা আৰু তৃতীয় পুৰস্কাৰ ২০০১ টকা প্ৰদান কৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম যুৱ অলিম্পিক-২০২২ ত উজলি উঠিল বিশ্বনাথ জিলা উশ্বুদল
প্ৰশিক্ষকসহ ১৮ গৰাকী পদক বিজেতা কৃতী উন্মু খেলুৱৈক বিশ্বনাথৰ উপায়ুক্তৰ অভিনন্দন জ্ঞাপন...৩১টা...
BJP सांसद Ramesh Bidhuri को JP Nadda ने दिया था नोटिस | Abp news
BJP सांसद Ramesh Bidhuri को JP Nadda ने दिया था नोटिस | Abp news
અમદાવાદ શહેર કાલુપુર દરિયાપુર શાહપુર વિસ્તાર મા સતત દસ વર્ષ થી શિક્ષણ કાર્ય થી કાર્યરત શ્રી
અમદાવાદ શહેર કાલુપુર દરિયાપુર શાહપુર વિસ્તાર મા સતત દસ વર્ષ થી શિક્ષણ કાર્ય થી કાર્યરત શ્રી...
भारत में अमेरिका के नये राजदूत गार्सेटी ने वीजा समस्या के समाधान को बताया पहली प्राथमिकता
नई दिल्ली ,भारत में अमेरिका के नये राजदूत एरिक गार्सेटी ने कहा है कि भारतीयों के लिए...
બિપરજોય વાવાઝોડાનું ગુજરાતમાં સંકટ: વલસાડના તિથલ દરિયા કિનારે રાજ્યના નાણામંત્રી કનુ દેસાઈ પહોંચ્યા
બિપરજોય વાવાઝોડાનું ગુજરાતમાં સંકટ: વલસાડના તિથલ દરિયા કિનારે રાજ્યના નાણામંત્રી કનુ દેસાઈ પહોંચ્યા