নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গোপাল গোসাইঘৰ প্ৰাংগনত অহা ছয় চেপ্তেম্বৰত শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আয়তীৰ নাম প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷পূৱা ১১-০০ বজাৰ পৰা আৰম্ভ হৱলগা উক্ত আয়তীনাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব খোজা দল সমূহক 8638331233,6000242833,আৰু 6002742212 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে জানিব দিয়ে৷প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৬০০১ টকা,দ্বিতীয় পুৰস্কাৰ ৪০০১ টকা আৰু তৃতীয় পুৰস্কাৰ ২০০১ টকা প্ৰদান কৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লখিমপুৰ পলিটেকনিকত চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাটস্থিত লখিমপুৰ পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ তীব্ৰ...
मंगलदे में सोनिया गाँधी के समर्थन में कांग्रेस ने किया बिरोध प्रदर्शन
दरंग कांग्रेस के पदाधिकारियों और कार्यकर्ताओ ने पार्टी अध्यक्ष सोनिया गाँधी से ई डी द्वारा पूछताछ...
ધ્રાંગધ્રા-હળવદ બાયપાસ પાસેથી કોબીજ તથા ફુલાવરની આડમાં ઇંગ્લિશ દારૂનો જથ્થો ભરેલ આઇસર પોલીસે ઝડપી
ધ્રાંગધ્રા-હળવદ બાયપાસ પાસેથી કોબીજ તથા ફુલાવરની આડમાં ઇંગ્લિશ દારૂનો જથ્થો ભરેલ આઇસર પોલીસે ઝડપી
લીમડી નગરપાલિકાના સફાઈ કામદાર શ્રી કનુબેન પરમાર નો એક વિશિષ્ટ અને વંદનીય વિદાય સમારંભ યોજાયો
લીમડી નગરપાલિકાના સફાઈ કામદાર શ્રી કનુબેન પરમાર નો એક વિશિષ્ટ અને વંદનીય વિદાય સમારંભ યોજાયો