ছিপাঝাৰৰ বুঢ়ীনগৰ গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক শাখা।সেনাপতিপাৰা আদৰ্শ গাঁও নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত।২০১৯চনতে ৫০লাখ টকাৰে সেনাপতিপাৰা গাঁওত চলি থকা আদৰ্শ গাঁওৰ কেইবাটাও কাম-কাজত দুৰ্নীতিৰ অভিযোগ ।স্হানীয় যুৱক ৰাজীৱ নাথে তথ্য জনাৰ আইনৰ অধীনত তথ্য গোটাই লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক শাখাত কৰিছিল আৱেদন ।আজি দুৰ্নীতি নিৰ্বাৰক শাখাই সেনাপতিপাৰা আদৰ্শ গাঁও ত নিৰ্মাণ হৈ থকা কাম-কাজসমূহ নীৰিক্ষণ কৰে।কাম-কাজ সমূহ নীৰিক্ষণ কৰি অসন্তুষ্টি প্ৰকাশ কৰে দুৰ্নীতি নিৰ্বাৰক শাখাই।তদন্তকাৰী দলটো তদন্ত কৰি থকা সময়তে আৱেদন কৰা যুৱক ৰাজীৱ নাথ ক মাৰিবলৈ উদ্যত হয় পঞ্চায়ত সভানেত্ৰীৰ স্বামী হৰেকৃষ্ণ ডেকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা আমাৰ গৌৰৱ শীৰ্ষক উদ্যান উদ্বোধন।উদ্যানত স্থাপন কৰা হৈ সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ আবক্ষ প্ৰতিমূৰ্তি।
ৰহা পৌৰসভাৰ অন্তৰ্গত ১০নং বাৰ্ড কমাৰজানত পঞ্চদশ বিওীয় আয়োগৰ অনুদানৰ অধিনত সৌন্দৰ্য্য বৰ্দ্ধনৰ...
कोल्डप्ले, दिलजीत के कॉन्सर्ट के अवैध टिकट बिक्री मामले में ED का एक्शन, 5 राज्यों में की छापेमारी
प्रवर्तन निदेशालय (ईडी) ने कोल्डप्ले और दिलजीत दोसांझ के दिल-लुमिनाटी कॉन्सर्ट के टिकटों की अवैध...
খোৱাং বাগিচাত আয়োজিত কৰম সন্মিলনত নিশা শতাধিক ৰাইজৰ সৈতে অংশ গ্ৰহন কৰে ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি অসীম হাজৰিকাই
খোৱাং চাহ বাগিচাত আয়োজিত ২৮ সংখ্যক কৰম সন্মিলনত শতাধিক ৰাইজৰ সৈতে অংশ গ্ৰহন।কৰে ডিব্ৰুগড় জিলাৰ...
पाटोदेकर यांच्या वतीने स्वर्गीय आमदार विनायक मेटे यांना श्रद्धांजली अर्पण
पाटोदा (प्रतिनिधी) बीड जिल्ह्याचे भूमिपुत्र शिवसंग्राम पक्षाचे संस्थापक आमदार स्व.विनायकरावजी...