আটছাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য বাবুল চাহুৱে কয় যে , এপিডিচি এল কতৃ পক্ষৰ হেমাহিৰ কাৰণে বামুনবাৰীৰ বিভিন্ন স্থানত বিদ্যুত পৰিবাহী তাৰ সংকট জনক অৱস্থাত ।ওলমি আছে আৰু ট্ৰেন্সৰ্ফমাৰ উন্মুক্ত অৱস্থাত আছে।সেয়েহে যিকোনো সময়ত ডাঙৰ।অঘটন ঘটিব।পাৰে।ইয়াৰ পতি লক্ষ্য ৰাখি আটছাৰ নেতা গৰাকীয়েএপিডিচিএল কতৃপক্ষক শীঘ্ৰে ব্যৱস্থা গ গ্ৰহনৰ দাৱী জনাইছে।অন্যথা ৰাইজৰ সহযোগত এপি ডি চি এল কতৃপক্ষৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।