অৱশেষত লোকনিৰ্মান বিভাগে যাতায়তৰ বাবে বন্ধ কৰি দিলে দামোদৰধামৰ সঠাইজানৰ ওপৰত থকা পকীদলং৷উল্লেখ্য যে অতিপাত বিপদসংকুল হৈ পৰিছিল উক্ত পকীদলং খন৷দলংখনৰ ওপৰ ভাগৰ পকী প্লাস্টাৰ সমূহ চকলাচকল এৰি গৈ ৰ’দ সমূহ উন্মুক্ত হৈ পৰিছিল৷আনহাতে এটা অংশ সম্পূৰ্ণ বহি গৈ বিপদজনক হৈ পৰিছিল৷এইসম্পৰ্কে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিচতে লোকনিৰ্মান বিভাগে পথবন্ধৰ ফলক লগাই দিছিল যদিও লোকনিৰ্মান বিভাগৰ জাননীকো অহেলা কৰি একাংশ চালকে গধুৰ যানবাহন বোজা সহ পাৰ কৰি আছিল৷এইবোৰ কাৰ্য্য ৰাইজ তথা সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হোৱাত বিষয়টো লোকনিৰ্মান বিভাগক অৱগত কৰে৷উপায়ন্তৰ হৈ লোকনিৰ্মান বিভাগে দলংখনৰ দুয়োমুৰে লোহাৰ ৰেলিং দি সম্পূৰ্ণ বন্ধ কৰি দিয়ে৷বৰ্তমান যানবাহন সমূহ আঠঘৰিয়া দুৰ্গামন্দিৰৰ কাষৰ পথৰে পাণ্ডুলা আৰু আঠঘৰিয়া কুশটোলাৰ পৰা কোটালকুছি হৈ অহাযোৱা কৰিব পাৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Windows PC पर बिना थर्ड पार्टी Apps के खोलें Android फोन की फाइल, वायर कनेक्ट किए बगैर हो जाएगा काम
माइक्रोसॉफ्ट ने विंडोज इनसाइडर्स के लिए एक नया फीचर पेश किया है। इस फीचर के साथ एंड्रॉइड फोन की...
GIMS College Clash: GIMS के Students और Security Guards के बीच जमकर चले लाठी डंडे, 33 गिरफ्तार
Greater Noida Students Clash:नोएडा के एक निजी मेडिकल कॉलेज में सिक्यूरिटी गार्ड और एक हॉस्टल के...
PM मोदी को अमेरिका में विश्व शांति पुरस्कार मिला:अमेरिकी संगठन ने अल्पसंख्यकों के हितों की रक्षा के लिए सम्मानित किया
प्रधानमंत्री मोदी को वाशिंगटन ऐडवेंटिस्ट यूनिवर्सिटी और एक संगठन अमेरिका इंडिया माइनॉरिटी...
શ્રી ૫૧ શક્તિપીઠ પરિક્રમા મહોત્સવ' અંતર્ગત પાલનપુર ખાતે જિલ્લા કલેક્ટરશ્રી આનંદ પટેલની અધ્યક્ષતામાં પ્રેસ કોન્ફરન્સ યોજાઈઃ પરિક્રમાના સંચાલન માટે ૨૩ કમિટીઓ બનાવાઇ..
શ્રી ૫૧ શક્તિપીઠ પરિક્રમા મહોત્સવ' અંતર્ગત પાલનપુર ખાતે જિલ્લા કલેક્ટરશ્રી આનંદ પટેલની...