অৱশেষত লোকনিৰ্মান বিভাগে যাতায়তৰ বাবে বন্ধ কৰি দিলে দামোদৰধামৰ সঠাইজানৰ ওপৰত থকা পকীদলং৷উল্লেখ্য যে অতিপাত বিপদসংকুল হৈ পৰিছিল উক্ত পকীদলং খন৷দলংখনৰ ওপৰ ভাগৰ পকী প্লাস্টাৰ সমূহ চকলাচকল এৰি গৈ ৰ’দ সমূহ উন্মুক্ত হৈ পৰিছিল৷আনহাতে এটা অংশ সম্পূৰ্ণ বহি গৈ বিপদজনক হৈ পৰিছিল৷এইসম্পৰ্কে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিচতে লোকনিৰ্মান বিভাগে পথবন্ধৰ ফলক লগাই দিছিল যদিও লোকনিৰ্মান বিভাগৰ জাননীকো অহেলা কৰি একাংশ চালকে গধুৰ যানবাহন বোজা সহ পাৰ কৰি আছিল৷এইবোৰ কাৰ্য্য ৰাইজ তথা সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হোৱাত বিষয়টো লোকনিৰ্মান বিভাগক অৱগত কৰে৷উপায়ন্তৰ হৈ লোকনিৰ্মান বিভাগে দলংখনৰ দুয়োমুৰে লোহাৰ ৰেলিং দি সম্পূৰ্ণ বন্ধ কৰি দিয়ে৷বৰ্তমান যানবাহন সমূহ আঠঘৰিয়া দুৰ্গামন্দিৰৰ কাষৰ পথৰে পাণ্ডুলা আৰু আঠঘৰিয়া কুশটোলাৰ পৰা কোটালকুছি হৈ অহাযোৱা কৰিব পাৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'मैं ऐसे लोगों को कचरा कहता हूं', MLC मनीषा कायंदे के शिंदे गुट में शामिल होने पर राउत के बिगड़े बोल
मुंबई, विधान परिषद सदस्य (MLC) मनीषा कायंदे के एकनाथ शिंदे के नेतृत्व वाली शिवसेना में...
ચાઈનીઝ દોરી વેચનાર સામે કડક કાર્યવાહી હાથ ધરાશે- ડી વાય એસ પી..
ચાઈનીઝ દોરી વેચનાર સામે કડક કાર્યવાહી હાથ ધરાશે- ડી વાય એસ પી..
*समाज संस्कारक्षम करण्यासाठी ज्येष्ठ नागरिकांचे महत्वपूर्ण योगदान – सुधीर मुनगंटीवार*
ज्येष्ठांचा अमृतमहोत्सवी सत्कार सोहळा संपन्न*
समाज घडविण्यासाठी व संस्कारक्षम करण्यासाठी ज्येष्ठ नागरिकांचे मोलाचे...
બહાર ખાવા જતા અમદાવાદીઓ ચેતી જજો! 13 જાણીતા ફૂડ એકમોને AMCએ કરી દીધા સીલ, ક્યાંક રસોડામાં મૃત વંદો પડેલો હતો તો ક્યાંક..
શું તમે ફૂડી છો અથવાતો શનિ,રવી બહાર જમવા જાઓ છો, તે ચેતી જજો આ અહેવાલ તમારા માટે છે. AMCનું ફૂડ...