শিৱসাগৰত মংগলবাৰে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় " ভাৰত ত্যাগ আন্দোলন"ৰ স্মৃতি ৰোমন্থন সমাৰোহ।অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলন ৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হয় এই সমাৰোহ। স্মৃতি ৰোমন্থন সমাৰোহত ৩০ গৰাকীৰো অধিক মুক্তিযুঁজাৰুয়ে অংশগ্ৰহণ কৰি ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি পুনৰ এবাৰ সজীৱ কৰি তোলে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুক্তিযুঁজাৰুৰ লগতে তেওঁলোকৰ পত্নী, সন্তানেও অংশগ্ৰহণ কৰা সমাৰোহ উপলক্ষে পুৱাই বাহিৰ কৰা হয় এক ৰেলী।ইয়াৰ পিছতে মুকলি সভাত অংশগ্ৰহন কৰি দেশৰ স্বাধীনতা আন্দোলনৰ বিষয়ে কেইবাগৰাকীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে নৱ প্ৰজন্মক দেশৰ হকে কাম কৰাৰ পৰামৰ্শ আগবঢ়াই।সমাৰোহত মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালে বৰ্তমানৰ স্বাধীন ভাৰতত সন্মুখীন হোৱা সমস্যা সমাধান সন্দৰ্ভতো আলোচনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi With Farmer: लाखों किसानों के बीच पहुंच गए पीएम मोदी, किसानों की कर दी तारीफ | Aaj Tak LIVE
PM Modi With Farmer: लाखों किसानों के बीच पहुंच गए पीएम मोदी, किसानों की कर दी तारीफ | Aaj Tak LIVE
ડીસામાં છેલ્લા ત્રણ માસથી છેતરપીંડીના ગુનામાં ફરાર આરોપીને પોલીસે ઝડપ્યો
ડીસા શહેર ઉત્તર પોલીસ સ્ટેશનમાં ત્રણેક માસ અગાઉ નોંધાયેલ છેતરપીંડી અને ઠગાઈની ફરિયાદમાં...
Q4 Results Next Week | जल्द आने वाले है इन Stocks के नतीजें, निवेशकों को कैसे करना होगा Trade?
Q4 Results Next Week | जल्द आने वाले है इन Stocks के नतीजें, निवेशकों को कैसे करना होगा Trade?
বৰডুমছাত আৰক্ষীয়ে কানি, ড্ৰাগছসহ আটক চাৰি
বৰডুমছাত আৰক্ষীয়ে অভিযান চলাই কানি, ড্ৰাগছসহ চাৰি সৰবৰাহকাৰীক আটক কৰে।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাজুলী জিলাৰ তৰফৰ পৰা মাতৃভাষা সংৰক্ষণৰ বাবে গণ স্বাক্ষৰ
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাজুলী জিলাৰ তৰফৰ পৰা মাতৃভাষা সংৰক্ষণৰ বাবে অখিল ভাৰতীয়...