নাজিৰা ৰজাপুলত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নাজিৰা নগৰৰ পৰা মেকিপুৰ অভিমুখি তীব্ৰবেগী AS04 AB 8417 ঠাৰ বাহনৰ খুন্দাত এজন পথচাৰী ১৫ ফুট পৰ্য্যন্ত উফৰি পৰে । যাৰ ফলত নাজিৰা হুদুপৰা অৰ্জুন তলৰ মনোজ গগৈ (৪৭ বছৰ ) থিতাতে নিহত হয় ।