ধেমাজি জিলাৰ চিলাপথাৰৰ খনামুখ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত অহা ১৬ আগষ্টত খনামুখ আঞ্চলিক যুৱ সংঘৰ বাকৰিত এখনি অসম ভিত্তিত স্বাধীনতা কাপ দিবা -নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাৰ ব্যাপক আয়োজন চলিছে । চিলাপথাৰৰ ঘাৰমৰা সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ, বৈষ্ণৱ পণ্ডিত স্বৰ্গীয় প্ৰেমকৃষ্ণ দেৱ গোস্বামীৰ পবিত্ৰ সোঁৱৰণত আয়োজন কৰা এই প্ৰতিযোগিতাখনি প্ৰাইজমানিৰ লগতে ট্ৰফী আৰু চলন্ত বঁটাৰে বিজয়ী দলটিক ২০ হাজাৰ টকা আৰু ৰাণাৰ্চ আপ দলটিকো ট্ৰফী সহ ১৫ হাজাৰ টকাৰে পুৰস্কৃত কৰিব । ইয়াৰ উপৰিও শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰথম আৰু দ্বিতীয়ক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰিব। অংশগ্ৰহণকাৰী দলে সামান্যতম মাছুল দিয়েই প্ৰতিযোগিতাখনিত ভাগ লৱ পাৰিব । প্ৰতিটো অংশগ্ৰহণকাৰী দলকে অহা যোৱাৰ বাবত এটি নিৰ্দ্ধাৰিত মাচুলো প্ৰদান কৰিব উদ্যোক্তা সকলে । সেইদিনা প্ৰতিযোগিতাখনিত বৰ্তমানৰ অসম চৰকাৰৰ ৰাজহমন্ত্ৰী যোগেন মহনৰ লগতে স্হানীয় বিধায়ক ভুৱন পেগু , সাংসদ প্ৰদান বৰুৱাৰ লগতে জিলাখনৰ ন-পুৰণি প্ৰায় সকল খেলুৱৈয়ে উপস্হিত থাকিব। ৰাতিলৈ অসমৰ খ্যাতনামা কণ্ঠশিল্পী সুজাতা কাৰ্তিক আৰু মিলন মিলিৰ সংগীতানুষ্ঠানৰ মাজতে প্ৰতিযোগিতাখনিৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ৱ । আগ্ৰহী অংশগ্ৰহণকাৰী দল সমূহে ৮৬৩৮০৫৮২১৪ , ৮৬৩৮০৬৪৯৫০ , ৭৫৭৮৮৭২৮২৬ আৰু ৮৬৩৮৩৮৬৭৬৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માહી ગ્રુપ દ્વારા નવરાત્રીના પાંચમા નોરતે અબોલજીવો માટે સેવાકીય કાર્યો યોજાયા
માહી ગ્રુપના સભ્યો દ્વારા દરેક ધાર્મિક તહેવારોની ઉજવણી સેવા કાર્યો દ્વારા થતી હોય છે ત્યારે...
તળાજા તાલુકાના ઉંચડી ગામે હર ઘર તિરંગા અભિયાન અંતર્ગત રેલી યોજી || har ghar tiranga || unchadi
તળાજા તાલુકાના ઉંચડી ગામે હર ઘર તિરંગા અભિયાન અંતર્ગત રેલી યોજી || har ghar tiranga || unchadi
उत्कृष्ट सार्वजनिक गणेश मंडळांना मिळणार पुरस्कार
२ सप्टेंबरपूर्वी ऑनलाईन अर्ज मागविले
उत्कृष्ट सार्वजनिक गणेशोत्सव मंडळांना पुरस्कार देण्याबाबत पर्यटन व सांस्कृतिक कार्य...
आरक्षण को लेकर 21 अगस्त को भारत बंद के एलान से भजनलाल सरकार अलर्ट
अनुसूचित जाति (एससी) और अनुसूचित जनजाति (एसटी) के आरक्षण को लेकर सुप्रीम कोर्ट की ओर से दिए गए...