সোমবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ সম্প্ৰতি স্বাধীনতা দিৱস প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ঢকুৱাখনা মহকুমাত গঢ়ি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ মহকুমাটোত যাতে কোনো উগ্ৰপন্থীয়ে কূটাঘাট মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে ঢকুৱাখনা আৰক্ষী প্ৰশাসন ৷ মহকুমাটোত প্ৰৱেশৰ পূৰ্বে আৰক্ষীয়ে প্ৰতিখন দুচকীয়া - চাৰি চকীয়া যান-বাহনত চলাইছে তালাচী অভিযান ৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসটি শান্তিপূৰ্ণ ভাৱে উদযাপনৰ বাবে মহকুমাটোৰ বিভিন্ন স্থানত আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોણ બનશે રાજસ્થાનના નવા મુખ્યમંત્રી?
ધારાસભ્યોના અભિપ્રાય સામે હાઈકમાન્ડને 2 વખત ઝુકવું પડ્યું, મુખ્યમંત્રીઓને ખુરશી છોડવી પડી હતી...
NEET Scam અંગે ગુજરાત પ્રદેશ કોંગ્રેસ સમિતિ પત્રકાર પરિષદ| Gujarat Pradesh Congress Press Conference
NEET Scam અંગે ગુજરાત પ્રદેશ કોંગ્રેસ સમિતિ પત્રકાર પરિષદ| Gujarat Pradesh Congress Press Conference
राष्ट्रवादी च्या महिला कार्यकर्त्या अनिता वानखडे यांच्या विरोधात विभागीय आयुक्त कार्यालयसमोर अ.भा.आ. को.स. संघटनेचे जिल्हा अध्यक्ष रमेश बावस्कर यांचे उपोषण
राष्ट्रवादी च्या महिला कार्यकर्त्या अनिता वानखडे यांच्या विरोधात विभागीय आयुक्त कार्यालयसमोर...
ઉધના બેઠક પર ભારતીય બહુજન કોંગ્રેસ પાર્ટી તરફથી ઉમેદવાર ચૂંટણી લડશે.
ભારતીય બહુજન કોંગ્રેસ દ્વારા સુરતની ઉધના વિધાનસભા બેઠક પર ભારતીય બહુજન કોંગ્રેસ નામની પાર્ટી...