আজি জেহাদী সন্দেহত গেপ্তাৰ হোৱা ড° আব্দুল বাতেন আৰু মোহৰ আলিয়ে চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে৷ আটকাধীন দুয়োজনে কয় যে আমি জেহাদী নহয়৷

আমাৰ জেহাদীৰ লগত কোনো সম্পৰ্ক নাই৷ আমি আজান ফকিৰৰ দেশৰ লোক হয়৷ সেইবাবে জিকিৰ আৰু জাৰি গীতৰ সমৰ্থন কৰো৷