কম মূল্যত ৰোগীক সেৱা আগবঢ়ায় অহা বৰদলনি চুমী মেডিকেল।
ধেমাজি জিলা পিচপৰা বৰদলনি অঞ্চলৰ ৰোগীৰ বাবে এক বিশেষ সেৱা চুমী মেডিকেলৰ স্বতাধিকাৰী।
বিগত দহটা বছৰে চুমী মেডিকেলৰ স্বতাধিকাৰী ৰাজীৱ শইকীয়াই ৰোগীৰ ঘৰে ঘৰে গৈ সেৱা আগবঢ়াই অহা সমান্তৰাল ভাৱে আৰু অধিক সেৱা আগবঢ়োৱা উদ্দেশ্য আগত ৰাখি দুগৰাকী কৈ ডাঃ চুমী মেডিকেলত লগ কৰা সুযোগ প্ৰদান কৰিছে।
প্ৰতি দেওবাৰে বিয়লি ১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চুমী মেডিকেলত উপস্থিত থাকিব মেডিচিন বিশেষজ্ঞ ডাঃ নয়নমনি দত্ত (এম.বি.বি.এচ,এম.ডি) আৰু
প্ৰতি শনিবাৰে বিয়লি ১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চুমী মেডিকেলত উপস্থিত থাকিব চকু বিশেষজ্ঞ ডাঃ অন্বেষা প্ৰিয়া শৰ্মা।
উল্লেখযোগ্য যে কিছু ক্ষেত্ৰত ৰোগীৰ সকলক আৰ্থিক দিশত যঠেষ্ট ৰেহাই দিয়া হয় বুলি জানিব দিয়ে।