চৰাইদেউ জিলাৰ খুমটাই চাহ বাগিচাত বাঘৰ আতংক । বাগিচাৰ শ্ৰমিকে ফটকা ফুটাই, টিং বজাই পাত তুলিবলৈ যাবলগীয়া হয় । দিন-দুপৰতে বাগিচাত বাঘ প্ৰত্যক্ষ কৰি আতংকত কটাবলগীয়া হৈছে শ্ৰমিকে । খুমটাই চাহ বাগিচাৰ ৬ নং ডিভিজন আৰু ৰাঙলী ডিভিজনত নাহৰফুটুকী বাঘ বিচৰন কৰি থকা প্ৰত্যক্ষ কৰিছে শ্ৰমিকসকলে । সেয়েহে এতিয়া কামলৈ যাবলৈ ভয় শ্ৰমিকসকলৰ । পাত তুলিবলৈ যোৱাৰ সময়ত ফটকা ফুটাই, টিং বজাই বাগিচাত প্ৰৱেশ কৰে বাগিচাৰ শ্ৰমিকসকলে । চাৰিটাকৈ নাহৰফুটুকী বিচৰন কৰা প্ৰত্যক্ষ কৰিছে শ্ৰমিকসকলে । পশুধনো নিধন কৰিছে বাঘে । বন বিভাগক খৱৰ দিয়াৰ পিছত বাগিচাত পিঞ্জৰা পতাৰ ব্যৱস্থা কৰিছে বন বিভাগে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেওমৰনৈৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ কৈকৰা শিৱ মন্দিৰত ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান সম্পন্ন
ইতিহাস প্ৰসিদ্ধ কৈকৰা শিৱ মন্দিৰত কাতিমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানটি আজি (১৭ নৱেম্বৰ'২২)...
Bajaj Auto Q2 Results Impact | इस तिमाही के आंकड़ों में क्या खास रहा? जानें कंपनी के ED से
Bajaj Auto Q2 Results Impact | इस तिमाही के आंकड़ों में क्या खास रहा? जानें कंपनी के ED से
પાયોનિયર ક્લબ તથા સાગરપુત્ર સમન્વય દ્વારા 90 મહિલાઓને નિઃશુલ્ક ધાર્મિક યાત્રાએ લઈ જવાય
પાયોનિયર ક્લબ તથા સાગરપુત્ર સમન્વય પોરબંદર દ્વારા ઝુરીબાગ,કૈલાશગેરેજ પાસેથી બે બસ...
परिवार से प्रताड़ित महिला पहुंच कलेक्ट्रेट कार्यालय रोते बिलखते लगाई लगाई ये गुहार
परिवार से प्रताड़ित बहू दर्दबदर की ठोकर खाने को मजबूत
शाजापुर जिले के पाण्डु खोर...
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz