🔴মঙলদৈৰ অস্ত্ৰচালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত বজৰংগ কৰ্মী বিজয় ঘোষক আটক

🔴মঙলদৈৰ নিজ বাসগৃহৰ পৰা আটক কৰে

🔴মঙলদৈ আৰক্ষীয়ে মহর্ষী বিদ্যা মন্দিৰৰ অস্ত্ৰ প্ৰশিক্ষণৰ সৈতে জড়িত থকাৰ অভিযোগ বিজয় ঘোষৰ বিৰুদ্ধে।

#thevoiceofchariduar #NewsUpdate #BreakingNews