এখন ৰেল পাৰ হোৱাৰ বাবে ৰেল কৰ্মচাৰীয়ে বন্ধ কৰিছিল ৰেল গেট । ৰেলখন পাৰ হোৱাৰ পাছত গেটখন খুলাৰ আগতে এখন বলেৰ বাহনে খুন্দিয়াই ভাঙিলে ৰেল গেট । ফলত বিকল হৈ পৰিল ৰেল গেট । সম্পূৰ্ণ ৰূপে গেট খুলিব নোৱাৰাৰ বাবে এক ঘন্টা ধৰি পথত আবদ্ধ হৈ থাকিল বহু-পথচাৰি আৰু যান-বাহন । ঘটনাস্থলীত উপস্থিত হল আৰক্ষী আৰু RPF । অৱশেষত গেটখন এৰুৱাই পেলোৱাৰ পিছতে যান-বাহন চলাচল কৰিবলৈ সক্ষম হয় । সম্প্ৰতি বলেৰ' বাহনখন ৰেলৱে আৰক্ষীৰ জিন্মাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारतीय वायु सेना के अपाचे हेलीकॉप्टर ने लद्दाख में की एहतियातन लैंडिंग, विमान में सवार दोनों पायलट सुरक्षित
नई दिल्ली। भारतीय वायु सेना के अपाचे हेलीकॉप्टर ने 3 अप्रैल को लद्दाख एओआर में एक परिचालन...
नूतन महाविद्यालयाच्या मैदानावर होणार 'होम मिनिस्टर' स्पर्धा
परभणी(प्रतिनिधी)परभणी विधानसभा मतदारसंघाचे शिवसेनेचे आमदार डॉ.राहुल पाटील यांच्या वाढदिवसानिमित्त...