এখন ৰেল পাৰ হোৱাৰ বাবে ৰেল কৰ্মচাৰীয়ে বন্ধ কৰিছিল ৰেল গেট । ৰেলখন পাৰ হোৱাৰ পাছত গেটখন খুলাৰ আগতে এখন বলেৰ বাহনে খুন্দিয়াই ভাঙিলে ৰেল গেট । ফলত বিকল হৈ পৰিল ৰেল গেট । সম্পূৰ্ণ ৰূপে গেট খুলিব নোৱাৰাৰ বাবে এক ঘন্টা ধৰি পথত আবদ্ধ হৈ থাকিল বহু-পথচাৰি আৰু যান-বাহন । ঘটনাস্থলীত উপস্থিত হল আৰক্ষী আৰু RPF । অৱশেষত গেটখন এৰুৱাই পেলোৱাৰ পিছতে যান-বাহন চলাচল কৰিবলৈ সক্ষম হয় । সম্প্ৰতি বলেৰ' বাহনখন ৰেলৱে আৰক্ষীৰ জিন্মাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાવનગરના બોરતળાવ, કુમુદવાડી વિસ્તારમાં યુવાનની હત્યા
ભાવનગરના બોરતળાવ, કુમુદવાડી વિસ્તારમાં યુવાનની હત્યા
Lok Sabha Elections 2024: Congress उम्मीदवारों की दूसरी सूची को लेकर आज बड़ी बैठक | Aaj Tak News
Lok Sabha Elections 2024: Congress उम्मीदवारों की दूसरी सूची को लेकर आज बड़ी बैठक | Aaj Tak News
Sanatan Vivad: Udhayanidhi Stalin ने President Draupadi Murmu को संसद ना बुलाने पर उठाए सवाल। DMK
Sanatan Vivad: Udhayanidhi Stalin ने President Draupadi Murmu को संसद ना बुलाने पर उठाए सवाल। DMK