মৰাণ চাহ বাগিচাৰ বজাৰ লাইনত বিদ্যুৎ পৃষ্ঠ হৈ মাতৃ -পুত্ৰৰ মৃত্যু । পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ লাগি মৃত্যুক সাবতি লয় ৭ বছৰীয়া ৰিয়াঞ্জ কৰ্মকাৰ আৰু মাতৃ ফুচকি কৰ্মকাৰে (২৬) । APDCL ৰ গাফিলতিৰ বাবেই মাতৃ-পুত্ৰই মৃত্যুক সাবতিব লগীয়া হোৱাৰ অভিযোগ । ঘৰৰ কাষতে পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত পুত্ৰ হঠাৎ লাগি যোৱা প্ৰত্যক্ষ কৰি মাতৃগৰাকীয়ে এৰুৱাবলৈ গৈ মাতৃগৰাকীও বিদ্যুৎ পৃষ্ঠ হবলগীয়া হয় । লগে লগে তিলৈ এফ.আৰ.ইউ. চিকিৎসালয়লৈ প্ৰেৰন কৰা হয় যদিও চিকিৎসকে মৃত ঘোষনা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નર્મદા લાઈવ અપડેટ શું છે અહેવાલ જુઓ? કઈ કઈ ટ્રેન રદ કરાય
નર્મદા લાઈવ અપડેટ શું છે અહેવાલ જુઓ? કઈ કઈ ટ્રેન રદ કરાય
Excessive Sweating Reasons: क्या आपको भी आता है ज्यादा पसीना, तो ये हो सकते हैं इसके कारण
पसीना आना एक नेचुरल प्रक्रिया है जो हमारे शरीर के तापमान को बनाए रखने में मदद करता है। हालांकि...
કાંકરેજમાં મહીલાને ધમકી આપી ચાર શખ્સોએ દુષ્કર્મ આચરતાં ચકચાર
કાંકરેજ તાલુકાના એક ગામમાં રહેતી પરિણીતાનો માનસિક અસ્થિર પતિ ઘરે ન હતો, દીકરો મામાના ઘરે રહેતો...
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প লৈ " International Ranger বঁটা ২০২২
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প লৈ এটি ভাল খবৰ | প্ৰথম বাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু...
સાબરમતી નદી, રિવરફ્રન્ટને નિહાળો જુદી નજરે:આ યુરોપ કે અમેરિકા નહીં, પણ અમદાવાદ
સાબરમતી નદી, રિવરફ્રન્ટને નિહાળો જુદી નજરે:આ યુરોપ કે અમેરિકા નહીં, પણ અમદાવાદ