মৰাণ চাহ বাগিচাৰ বজাৰ লাইনত বিদ্যুৎ পৃষ্ঠ হৈ মাতৃ -পুত্ৰৰ মৃত্যু । পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ লাগি মৃত্যুক সাবতি লয় ৭ বছৰীয়া ৰিয়াঞ্জ কৰ্মকাৰ আৰু মাতৃ ফুচকি কৰ্মকাৰে (২৬) । APDCL ৰ গাফিলতিৰ বাবেই মাতৃ-পুত্ৰই মৃত্যুক সাবতিব লগীয়া হোৱাৰ অভিযোগ । ঘৰৰ কাষতে পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত পুত্ৰ হঠাৎ লাগি যোৱা প্ৰত্যক্ষ কৰি মাতৃগৰাকীয়ে এৰুৱাবলৈ গৈ মাতৃগৰাকীও বিদ্যুৎ পৃষ্ঠ হবলগীয়া হয় । লগে লগে তিলৈ এফ.আৰ.ইউ. চিকিৎসালয়লৈ প্ৰেৰন কৰা হয় যদিও চিকিৎসকে মৃত ঘোষনা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કયા ગામે શું ચોરાયું વાંચો અહીંયા કોને જાણ કરાઈ
ખેડબ્રહ્મા તાલુકાના શીતોલ ગામ સીમ પાસે ખેતર મોથી કેનાલમાંથી પાણી કાઢવાનું કિલોસ્કર મશીનની ચોરી...
সদৌ অসম অন্যান্য পিচপৰা শ্ৰেণী গঠণ সম্পৰ্কে দিপীলাৰ ঐতিহাসিক খটৰা সত্ৰত প্ৰতিনিধিত্বমূলক সভা
দিপীলাৰ ঐতিহাসিক খটৰা সত্ৰত “সাম্প্ৰতিক পৰিস্থিতিত অন্যান্য পিচপৰা শ্ৰেণীৰ বৰ্ত্তমান আৰু...
વિરપુર તાલુકામા શૈક્ષણિક સંસ્થાઓમાં ફાયર સેફ્ટીની ચકાસણી કરવામાં આવી..
રાજકોટમાં ટીઆરપી ગેમ ઝોનમાં અગ્નિકાંડની ગંભીર દુર્ઘટનાના રાજ્યભરમાં ઘેરા પડઘા પડ્યા છે. ત્યારે...
Alliance between BTP and JDU in Gujarat for upcoming elections | TV9GujaratiNews
Alliance between BTP and JDU in Gujarat for upcoming elections | TV9GujaratiNews
ડીસાના કાંટ ગામે સર્વોદય વિદ્યાસંકુલનું નામકરણ અને રજત જયંતિ મહોત્સવ દબદબાભેર ઉજવાયો
ડીસાના કાંટ ગામે સર્વોદય વિદ્યાસંકુલનું નામકરણ અને રજત જયંતિ મહોત્સવ દબદબાભેર ઉજવાયો