চৰাইদেউ জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়, জিলা প্ৰশাসন, ৰাজ্যিক শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা জিলাখনত অব্যাহত আছে 'সুৰক্ষিত শৈশৱ-সোণালী অসম' শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযান । ইয়াৰ অংশ হিচাপে চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ নগৰত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় । শিশু শ্ৰম, শিশু সৰবৰাহ আৰু বাল্য বিবাহৰ বিষয়ত সজাগতাৰ প্ৰয়াস চলোৱা হয় বাটৰ নাটখনিৰ জড়িয়তে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gadhada|| મોટી કુંડળ ગામે જુગાર રમતા કુલ છ ઈસમો ઝડપાયા #news #botadnews #botad #jugar #botadpolice
Gadhada|| મોટી કુંડળ ગામે જુગાર રમતા કુલ છ ઈસમો ઝડપાયા #news #botadnews #botad #jugar #botadpolice
जयभवानीची गाळप क्षमता वाढली ;ऊस उत्पादकांना फायदा -अमरसिंह पंडित
जयभवानीची गाळप क्षमता वाढली; ऊस उत्पादकांना फायदा होईल - अमरसिंह पंडित
जयभवानी...
કાંકરેજ ના કુંવરવા ગામે ભાજપની ટિફિન બેઠક યોજાઈ...!
ભાજપની ટિફિન બેઠક યોજાઈ...!