🔴গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান খানাপাৰাত ৪ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

🔴বেংগলৰ ৰুবেল ৰাণা, ছানিদুল ইছলাম খান, আশ্ৰাফুল ইছলাম আৰু বঙাইগাঁৱৰ ৰাতুল খানক গ্ৰেপ্তাৰ

🔴এটিএম কাৰ্ড, চেক, ৪টা মোবাইল আৰু অন্যান্য আপত্তিজনক নথিপত্ৰ উদ্ধাৰ ধৃত অপৰাধী কেইটাৰ পৰা 

#guwahatinews #guwahaticity #NewsUpdate #thevoiceofchariduar