গুৱাহাটী উচ্চ ন্যায়ালয়ে বর্ষাশ্ৰী বুঢ়াগোঁহাইৰ জামিন মঞ্জুৰ কৰিছে। ফেচবুকত ৰাষ্ট্ৰদ্ৰোহৰ পুষ্ট দি গ্ৰেপ্তাৰ হৈছিল বৰ্ষাশ্ৰী।