সোণাৰিত চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী। দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি সোণাৰিতো ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰা হয়। চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত পালন কৰা হয় ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী। চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা সোণাৰি নগৰত বাহিৰ কৰা এই ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীৰ পদযাত্ৰাৰ নেতৃত্ব দিয়ে জিলা আৰক্ষী অধীক্ষক যুৱৰাজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भीलवाड़ा के सामुदायिक स्वास्थ्य केंद्र पर पैदा हुआ विचित्र बालक!!
भीलवाड़ा के सामुदायिक स्वास्थ्य केंद्र पर पैदा हुआ विचित्र बालक!!
vadodara: વાઘોડિયા માં દશામા ના મઢમાં સાંઢણી ની આંખ માંથી ઘી નીકળવાની ઘટનાની ચર્ચાઈ હતી| Vadodara News
vadodara: વાઘોડિયા માં દશામા ના મઢમાં સાંઢણી ની આંખ માંથી ઘી નીકળવાની ઘટનાની ચર્ચાઈ હતી| Vadodara...
भगवती मानव कल्याण संगठन द्वारा पकड़ी गई अबैध शराब
*भगवती मानव कल्याण संगठन एवं भारतीय शक्ति चेतना पार्टी पन्ना के कार्यकर्ताओं ने पकड़ी (100 पाव...
પાવીજેતપુર ના જોગપુરા ગામની સીમમાં આવેલ કોતર પાસેથી પાંચ ફૂટ લાંબો મગર પકડાયો
પાવીજેતપુર ના જોગપુરા ગામની સીમમાં આવેલ કોતર પાસેથી પાંચ ફૂટ લાંબો મગર પકડાયો
...