নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত এ এন এম জুলন কোচঁ ওৰফে মামনি ডেকাৰ যোৱা নিশা ইহলীলা সম্বৰণ কৰে৷৷ কিছুদিন ধৰি চিকিৎসাধীন হৈ থকা জনপ্ৰিয় এ এন এম গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷সুদুৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহি নলবাৰী জিলাৰ সানেকুছিত কৰ্মজীৱনৰ পাতনি মেলা মামনি ডেকাই সানেকুছিতে বিগত ২০১২ চনত কৰ্মজীৱনৰ সামৰণি মাৰে৷ইয়াৰ মাজতে তেওঁ ছমাৰকুছিতে বিয়া হৈ গাৰ্হস্থ্য জীৱনৰো আৰম্ভণি কৰে৷আজি মৃত এ এন এম গৰাকীৰ মৃতদেহ সানেকুছি ৰাজ্যিক চিকিৎসালয়লৈ আনি তাতে চিকিৎসক সহ সকলো কৰ্মচাৰীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷তদুপৰি বৰভাগ বনভাগ ৰঙালী বিহু সন্মিলন,ছমাৰকুছি গাওঁ উন্নয়ন সমিতি,ছমাৰকুছি মহিলা সমাজ,সানেকুছি চক ব্যৱসায়ী সন্থা,অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুল আদিকৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गुडला जंक्शन के लिए नई 132 केवी लाइन खींचने के कारण कल विद्युत आपूर्ति बंद केशोरायपाटन
गुडला जंक्शन के लिए नई 132 केवी लाइन खींचने के कारण कल विद्युत आपूर्ति बंद
केशोरायपाटन
...
Oppo Reno 13 सीरीज 25 नवंबर को होगी लॉन्च, 1TB स्टोरेज और 100W चार्जिंग का मिलेगा सपोर्ट
Oppo Reno 13 सीरीज की लॉन्च डेट चाइनीज मार्केट के लिए कन्फर्म हो चुकी है। इसे कंपनी 25 नवंबर को...
જાફરાબાદ તાલુકામાં "ડ્યૂડ ફોરેવર ચા" રાજા ગણેશજીનું પંડાલ l Divyang Newsa
જાફરાબાદ તાલુકામાં "ડ્યૂડ ફોરેવર ચા" રાજા ગણેશજીનું પંડાલ l Divyang News
Lok Sabha Election 2024: Ranchi से कांग्रेस की सबसे युवा उम्मीदवार यशस्विनी सहाय ने किया बड़ा दावा
Lok Sabha Election 2024: Ranchi से कांग्रेस की सबसे युवा उम्मीदवार यशस्विनी सहाय ने किया बड़ा दावा
ભાભર થી ઢીમાં ધરણીધર ધામ સુધી 52 કિમિ ની પદયાત્રા
ભાભર થી ઢીમાં ધરણીધર ધામ સુધી 52 કિમિ ની પદયાત્રા