অসম চাহ মজদুৰ সংঘ মৰাণ শাখা ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত তিলৈজান বাগিচা ইউনিটৰ সভাপতি আৰু সম্পাদক পদ দুটিৰ বাবে আজি তিলৈজান বাগিচাৰ শ্ৰমিক বিনোদন কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়াৰে এক সুস্থ পৰিবেশত অনুষ্ঠিত হৈ যায়। উক্ত নিৰ্বাচন প্ৰক্ৰিয়াত মৰাণ শাখাৰ উপ - সভাপতি - চামুৱেল চনা, কোষাধ্যক্ষ - ৰতন মৃৰ্ধা, সহ : সম্পাদক - প্ৰমোদ সিং তাঁতী আৰু সংগঠক ধীৰাজ চাৱাঁচীয়ে উপস্থিত থাকি সংঘৰ সাংবিধানিক নীতি - নিয়ম মানি পৰিচালনা কৰে। ভোটদান প্ৰক্ৰিয়াৰে সভাপতি প্ৰাৰ্থী - ৰাজু চিন্দুৱাৰে সৰ্বাধিক মুঠ - ২২২ টা ভোট লাভ কৰি সভাপতি পদত জয়ী হৈ আৰু সম্পাদক পদৰ প্ৰাৰ্থী - সাজন টপ্পই সৰ্বাধিক মুঠ - ২৪৫ টা ভোট পাই সম্পাদক পদত জয়ী হয়। অৱশেষত নিৰ্বাচন প্ৰক্ৰিয়াটিত বাগিচাখনৰ সমূহ শ্ৰমিক ৰাইজে সহায়- সহযোগ আগবঢ়োৱাত সহ: সম্পাদকে শাখা সংঘৰ তৰফৰ পৰা সকলোলৈকে অশেষ ধন্যবাদ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ প্ৰেছ ক্লাবত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক মুখ্যমন্ত্ৰীৰ নতুন বছৰৰ উপহাৰ প্ৰদান
শিৱসাগৰ জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক মুখ্যমন্ত্ৰীৰ নতুন বছৰৰ শুভেচ্ছামূলক উপহাৰ...
सामने आने लगा है महागठबंधन का समाज तोड़ने का गुप्त एजेंडा : तरुण चुघ
सनातन और हिंदुत्व विरोध है इनकी बुनियाद : तरुण चुघ। पत्रकारों का बहिष्कार लोकतंत्र पर प्रहार।...
કોંગ્રેસ અધ્યક્ષ બનાવવાની અટકળો પર ગેહલોતનો જવાબ, પાયલટ પર પણ કહ્યું….
રાજસ્થાનના મુખ્યમંત્રી અશોક ગેહલોતને કોંગ્રેસ અધ્યક્ષ બનાવવાની અટકળો ચાલી રહી છે. રાહુલ ગાંધી...
ডবকাৰ হালধীআটীৰ এজন যুৱকক কেৰেলাত দুৰ্বত্বৰ আক্ৰমন ৷ জীৱন মৃত্যুৰে যুজিছে যুৱকজনে
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰনৰ বলি হল অসমৰ যুৱক ৷ আক্ৰমৰ বলি হোৱা যুৱকজন ডবকাৰ হালধিআটীৰ মকবুল...