শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত ৩টা দৰ্শক ধৰি পাতৃচুক উচ্চ মাধ্যমিক বিদ্যালয় শ শ ছাত্ৰ ছাত্ৰী ক সু শিক্ষাৰে শিক্ষাদান দিয়া প্ৰধান শিক্ষক খগেন সিং ৰ আনুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা অনুষ্ঠিত কৰা হয়।

বিদায় শিক্ষক জনক বিদ্যালয় খনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয় শিক্ষক, ছাত্ৰ, ছাত্ৰী সকলে গামোচা চেলেং,চাটি,গ্ৰন্থৰ টোপোলা, শৰাই আদিৰে সম্বৰ্ধনা জনাই।

এই কাৰ্য্যসূচীত বিদ্যালয় খনৰ শিক্ষক, কেইবাখনো বিদ্যালয় শিক্ষক, অৱসৰ প্ৰাপ্ত শিক্ষক, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী উপস্থিত থাকে।