নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হস্তনিৰ্মিত বন্দুক উদ্ধাৰ| ৰাষ্ট্ৰীয় উদ্যানত চাৰি জনকৈ দুষ্কৃতিকাৰীয়ে চোৰাং চিকাৰৰ বাবে বাহৰ পাতি থকা তহলদৰী দলে প্ৰতক্ষ্য কৰাত দলটো পলাই যাবলৈ সক্ষম হয় |ঘটনাস্থলীত বনবিভাগৰ দলটোৱে এক ৰাউণ্ড গুলি কৰাত দুষ্কৃতিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয় |উল্লেখ্যে যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰবেশ কৰা দুষ্কৃতিকাৰী দলটোৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু দুই জাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বন বিভাগে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত এটা বাঘ নিধন কৰাৰ ঘটনাৰ তদন্ত অব্যাহত থাকোতেই পুনৰ বন্দুক উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰঙিয়াত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ আহ্বান অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদৰ
ৰঙিয়াত অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে তিনিদিনীয়াকৈ...
Mahudha ll भारतीय जनता पार्टी के उमेदवार संजय सिंह महिदा द्वारा डोर-टू-डोर चुनाव प्रचार।
Mahudha ll भारतीय जनता पार्टी के उमेदवार संजय सिंह महिदा द्वारा डोर-टू-डोर चुनाव प्रचार।
રાજકોટ ના સીની બજાર પાસે ખત્રીવાડ પાસે આંગડિયા પેઢી
રાજકોટ ના સીની બજાર પાસે ખત્રીવાડ પાસે આંગડિયા પેઢી
सांगोद में हिंदू परिषद द्वारा गीता जयंती व शौर्य दिवस मनाया
सांगोद(बीएम राठौर). नगर में गीता जयंती व शौर्य दिवस के अवसर पर गायत्री चौराहे पर विश्व हिन्दू...
Kolhapur : चक्रेश्वरवाडी येथे वाचन प्रेरणा दिन विविध उपक्रमांनी साजरा...BPN news network
Kolhapur : चक्रेश्वरवाडी येथे वाचन प्रेरणा दिन विविध उपक्रमांनी साजरा...BPN news network